Home অন্যান্য খবৰঅনাময় আঁচনিয়ে ঢুকি নাপায় মাহমৰা অঞ্চলবাসীক

অনাময় আঁচনিয়ে ঢুকি নাপায় মাহমৰা অঞ্চলবাসীক

by News Desk
72 views
A+A-
Reset

সোণাৰিঃ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে দেশ নিকাকৰণ প্ৰচেষ্টা হাতত লৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। সেই সময়তে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰী গাঁও পঞ্চায়তৰ বাঁহবাৰীহাবী গাঁৱত স্বচ্ছ ভাৰত অভিযান সম্পূৰ্ণৰূপে অসাৰ প্ৰতিপন্ন হৈছে।

চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই চাহ জনগোষ্ঠী এই গাঁওখনক। স্বচ্ছ ভাৰত অভিযানৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰদ্বাৰা শৌচাগাৰ নিৰ্মাণৰ কাম কৰা সময়তো এই গাঁওখনৰ দুখীয়া দিন হাজিৰা কৰা লোকসকলক অনাময় আঁচনিয়ে ঢুকি নাপালে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0