Home অন্যান্য খবৰপ্ৰয়াত ক্লেন্দোন তেৰণ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত পিতা-পত্নীৰ হিয়াভঙা কান্দোন

প্ৰয়াত ক্লেন্দোন তেৰণ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত পিতা-পত্নীৰ হিয়াভঙা কান্দোন

by News Desk
A+A-
Reset
7c0ab36f-18b4-4a0e-9825-2c1f7a465ffd

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ অধীনত থকা খেৰণি ক্ৰীড়া সংস্থাৰ উদ্যোগত দেওবাৰৰপৰা আৰম্ভ হৈছে প্ৰয়াত ক্লেন্দোন তেৰণ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা। প্ৰয়াত ক্লেন্দোন তেৰণ প্ৰাক্তন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহ সাধাৰণ সম্পাদক আছিল।

খেৰণি খেলপথাৰত ২৮ জুলাইৰপৰা আৰম্ভ কৰা উল্লেখিত ফুটবল প্ৰতিযোগিতাখনৰ অন্ত পৰিব নিৰ্ধাৰিত অহা ১৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলেৰে। উল্লেখ্য যে, খেৰণি ক্ৰীড়া সংস্থাৰ সভাপতি ধনছিং ডেৰাকে ধৰি কপিলি সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, ভালেসংখ্যক বৃহত্তৰ খেৰণি অঞ্চলৰ বিশিষ্ট ব্যক্তি, সমাজসেৱক, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু খেলুৱৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কালিৰে পৰা শুভাৰম্ভ কৰা হয়৷ কিছুদিন পূৰ্বে আকস্মিকভাৱে বিয়োগ ঘটা প্ৰয়াত ক্লেন্দোন তেৰণৰ সোঁৱৰণিত এই ফুটবল প্ৰতিযোগিতা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0