69
আজি ২৬ ছেপ্টেম্বৰ৷ ভাৰতৰ প্ৰাক্তন তথা ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ জন্মদিন। সুদক্ষ অৰ্থনীতিবিদ হিচাপেও মনমোহন সিং জগত বিখ্যাত৷
মনমোহন সিঙৰ জন্ম হৈছিল জন্ম ১৯৩২ চনৰ ২৬ চেপ্তেম্বৰত গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাৱত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতৰ ভাৰতৰ অমৃতসৰলৈ আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে।