86
কামপুৰঃ চৰকাৰ তথা জনপ্ৰতিনিধি প্ৰতাৰণাৰ বাবেই আজি পৰ্যন্ত এখন টোলোঙা নাৱৰে বিপদসংকুল ভাৱে বছৰ বছৰ ধৰি যাতায়ত কৰিবলগা হোৱা ২৫ খনকৈ গাৱৰ দুৰ্ভগীয়া ৰাইজে আৰু চৰকাৰলৈ বাট নাচালে। নিজেই সাজিলে বাহৰ দলং।
তাৎপৰ্যৰ কথা যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো বৰপানী নদীৰ ওপৰত এখন দলং নথকা বাবে অঞ্চলটোত আজি পৰ্যন্ত প্ৰৱেশ কৰা নাই এম্বুলেন্স। বাট পথৰ অৱস্থা অতি শোচনীয়।