Home অন্যান্য খবৰভুৱা ড্ৰাফট দি ৰঙাঘৰত কংগ্ৰেছী

ভুৱা ড্ৰাফট দি ৰঙাঘৰত কংগ্ৰেছী

by News Desk
84 views
A+A-
Reset

অভয়াপুৰীঃ ৫.২০ কোটি ভুৱা ড্ৰাফট দি ৰঙা ঘৰৰ আলহী হ’ল প্ৰাক্তন মন্ত্ৰী চন্দন চৰকাৰৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঘীলাগুৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি কংগ্ৰেছী নেতা সত্যজিত চক্ৰৱৰ্তী অসম গ্ৰামীণ বিকাশ বেংকৰ উত্তৰ শালমাৰা শাখাৰ পৰা জালিয়াতিৰে ধন সৰকাবলৈ গৈ সম্প্ৰতি ৰঙা ঘৰৰ আলহী হ’ব লগা বুলি জানিবপৰা গৈছে।

প্ৰাপ্ত অভিযোগ মতে কংগ্ৰেছী নেতাজনে গ্ৰমীণ বিকাশ বেংকৰ উত্তৰ শালমাৰা শাখাত যোৱা ২৬ এপ্ৰিলত ৭১২৫০৫০০০২০৫৯ নম্বৰৰ কাৰেণ্ট একাউণ্ট ‘প্ৰণাৰিয়েটৰী চক্ৰৱৰ্তী এণ্টাৰপ্ৰাইজ’ ৰ নামত খুলি যোৱা ২৯ এপ্ৰিলত অভিযুক্তই নতুন দিল্লী ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাৰ পৰা ইছ্যু হোৱা (ড্ৰাফট নং ৫৩৭৬১৭) ড্ৰাফট খন জমা দি ৫.২০ কোটি টকা আদায়ৰ শ্ৰেষ্টা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0