Home গুৱাহাটীCorona ভাইৰাছ ৰোধৰ বাবে কটনৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশেষ পদক্ষেপ

Corona ভাইৰাছ ৰোধৰ বাবে কটনৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশেষ পদক্ষেপ

by News Desk
A+A-
Reset
cotton-chemistry

গুৱাহাটীঃ কৰ’না ভাইৰাছক লৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও হাতত লৈছে বিভিন্ন সতৰ্কতামূলক পদক্ষেপ। ইতিমধ্যে ভাৰতত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৪জনকৈ লোকে। অসমত সৌভাগ্যক্ৰমে এজনো লোকক কৰ’না ভাইৰাছে পোৱা নাই যদিও অনাগত দিনতো যাতে নাপায় তাৰ বাবে সজাগতাৰ বাদে গত্যন্তৰ নাই। 

ৰোগবিধে যাতে অসমত ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগেও সাধ্যানুযায়ী প্ৰয়াস কৰা দেখা গৈছে। এই অনুযায়ী বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগে নিজাববীয়াকৈ হেণ্ড ছেনিটাইজাৰ (Hand Sanitizer) প্ৰস্তুত কৰি আজি বিশ্ববিদ্যালয়ত  বিতৰণ কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীৰ তৎপৰতাত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰে বিভাগটোৱে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0