Home দেশকৰ’না ‘ছুপাৰস্প্ৰেডাৰ’ তবলীগ জামাত! মৌলবীসহ ৭জনৰ বিৰুদ্ধে গোচৰ ৰুজু

কৰ’না ‘ছুপাৰস্প্ৰেডাৰ’ তবলীগ জামাত! মৌলবীসহ ৭জনৰ বিৰুদ্ধে গোচৰ ৰুজু

by News Desk
A+A-
Reset
masjd

নতুন দিল্লীঃ তবলীগ জামাতৰ কেন্দ্ৰ দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদ কৰ’না ভাইৰাছৰ হটস্পট হৈ পৰাৰ পিছতে এতিয়া দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইয়াৰ পিছতে সমগ্ৰ বিষয়টোক লৈ তৎপৰ হৈ পৰিছে দিল্লী চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ। 

মঙলবাৰে মছজিদটোৰ পৰা ১৫০০ ৰো অধিক লোকক উদ্ধাৰ কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে দিল্লী চৰকাৰে তবলীগ জামাতৰ আয়োজকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশো প্ৰদান কৰিছিল। উক্ত নিৰ্দেশ অনুযায়ী আজি দিল্লী আৰক্ষীয়ে মছজিদটোৰ মৌলবী মৌলানা ছান্দ আৰু আন ৬জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0