56
নতুন দিল্লীঃ দেশত ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত COVID-19ত আক্ৰান্ত হৈ দেশত প্ৰাণ হেৰুৱাইছে ৫৬জনকৈ লোকে। কিছুসময় পূৰ্বে এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।
শুকুৰবাৰে মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত মৃত্যু হৈছে ৩জনকৈ লোকৰ। এই সময়ত নতুনকৈ আক্ৰান্ত হৈছে আৰু ৩৩৬ জন।