Home গুৱাহাটী”জটীয়া সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতি’’ৰ উদ্যোগত খাদ্য-বস্তু বিতৰণ

”জটীয়া সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতি’’ৰ উদ্যোগত খাদ্য-বস্তু বিতৰণ

by News Desk
A+A-
Reset
jatiya puja 1

গুৱাহাটীঃ অসমৰ ৰাজধানী দিশপুৰৰ গাতে লাগি থকা জটীয়াৰ ”জটীয়া সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতি’’ৰ সমুহ সদস্যবৃন্দই কৰ’না মহামাৰীৰ কৱলত দিশহাৰা হোৱা দুখীয়া জনসাধাৰনক সহায়-সহযোগীতা কৰিবলৈ জনোৱা অসম চৰকাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই যোৱা ১২এপ্ৰিল দেওবাৰে জটীয়া অঞ্চলৰ ৭০টাতকৈও অধিক অৰ্থনৈতিকভাৱে পিচপৰা পৰিয়ালক একোটাকৈ খাদ্য-সামগ্ৰীৰ টোপোলা আগবঢ়ায়৷

উল্লেখযোগ্য যে চৰকাৰে বান্ধি দিয়া সামাজিক দুৰত্ব বজাই ৰখাৰ নিয়ম পালন কৰি এই খাদ্য-সামগ্ৰীৰ টোপোলাবোৰ দুৰ্গা পূজা উদযাপন সমিতিৰ সদস্য সকলে একে ঠাইৰ পৰা বিতৰণ নকৰি পৰ্য্যায়ক্ৰমে বিভিন্ন স্থানৰ পৰা অভাৱগ্ৰস্থ সকলক বিতৰন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0