Home গুৱাহাটীগুৱাহাটীত কৰ’নাত আক্ৰান্ত এজনৰ মৃত্যু! এতিয়ালৈ স্পষ্ট কৰা নাই চৰকাৰে

গুৱাহাটীত কৰ’নাত আক্ৰান্ত এজনৰ মৃত্যু! এতিয়ালৈ স্পষ্ট কৰা নাই চৰকাৰে

by News Desk
A+A-
Reset
death6

গুৱাহাটীঃ ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি। যোৱা মঙলবাৰে দুজনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ পিছত বৃহস্পতিবাৰে একেদিনাই ৮ জনকৈ লোকৰ দেহত ধৰা পৰে কৰ’না পজিটিভ। ইয়াৰে ৪ জন হৈছে গুৱাহাটী মহানগৰীৰ।

গুৱাহাটী মহানগৰীত পজিটিভ ধৰা পৰা ৪ জনৰ এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক হোৱাত এতিয়া ভিতৰি ভিতৰি শংকিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। চিকিৎসকগৰাকী সংক্ৰমিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ জিএমচিএইছতে গ্ৰহণ কৰা হৈছে পূৰ্বতকৈয়ো অধিক সতৰ্কতামূলক ব্যৱস্থা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0