Home দেশ১ কোটি লোকে ‘আয়ুস্মান ভাৰত’ আঁচনিৰ সুবিধা পোৱা বুলি কৰা দাবী সত্যনে?

১ কোটি লোকে ‘আয়ুস্মান ভাৰত’ আঁচনিৰ সুবিধা পোৱা বুলি কৰা দাবী সত্যনে?

by News Desk
A+A-
Reset
ayushman-dabi

অনলাইন প্ৰতিবেদনঃ আয়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই ১ কোটি অতিক্ৰম কৰিছে। বুধবাৰে পুৱাই টুইটাৰ একাউণ্টযোগে এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে সকলোৱে আঁচনিখনৰ লগতে মোদী চৰকাৰক এই বৃহৎ সাফল্যৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰে। অভিনেতা অমিতাভ বচ্চন, অজয় দেৱগণৰ পৰা আৰম্ভ কৰি বিজেপিৰ সৰু-বৰ সকলো নেতাই সেয়া ৰিটুইট কৰে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰধানমন্ত্ৰী মোদীৰ উক্ত টুইট ৰি-টুইট কৰি এনে সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এনেদৰে বুধবাৰৰ দিনটোত লক্ষ লক্ষ লোকে দাবী কৰে যে কেৱল ভাৰতেই নহয়, ১ কোটি হিতাধিকাৰী থকা আয়ুস্মান ভাৰত আঁচনি বিশ্বৰ ভিতৰতে এক বৃহৎ স্বাস্থ্য বীমা আঁচনি।

আঁচনিখনৰ প্ৰথমগৰাকী হিতাধিকাৰী কোন?

২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল এইখন আঁচনি। কিন্তু আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই আগষ্ট মাহত ট্ৰায়েল হিচাপে এই আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছিল হাৰিয়ানাত। সেই হিচাপত ট্ৰায়েল আঁচনিৰ সুবিধা লাভ কৰি ৰাজ্যখনৰ কৰনালত জন্মগ্ৰহণ কৰা ‘কৰিশ্মা’ নামৰ শিশুটিক এই আয়ুস্মান ভাৰত আঁচনিৰ প্ৰথমগৰাকী হিতাধিকাৰী হিচাপে গণ্য কৰি অহা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0