হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৩০ আৰু ৩১...

Home অন্যান্য খবৰহাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৩০ আৰু ৩১ জুলাইত ঘোষণা হব

হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৩০ আৰু ৩১ জুলাইত ঘোষণা হব

by News Desk
73 views
A+A-
Reset

গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩০ আৰু ৩১ জুলাইত ঘোষণা কৰা হব৷৩০ জুলাইৰ ৰাতিপুৱা ৯ বজাত ৱেবছাইটযোগে লাভ কৰিব পাৰিব ফলাফল৷১৪ টা ৱেবছাইট যোগে লাভ কৰিব ফলাফল৷এইবাৰ পূৰ্বৰ দৰে স্থান প্ৰাপ্তিৰ ব্যৱস্থা নাথাকিব৷বিদ্যালয়বোৰৰ মূল্যায়ন সমিতিয়ে প্ৰদান কৰা নম্বৰসমূহ জিলা ভিত্তিত অসম চৰকাৰে গঠন কৰা নিৰিক্ষণ সমিতিয়ে তদাৰক কৰাৰ পিছতহে ফলাফল ঘোষণাৰ বাবে সাজু হৈছে চেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ৷ৱেবছাইটত উত্তীৰ্ণ ছাত্ৰছাত্ৰীসকলে ফলাফল লাভ কৰিব পিডিএফ মাধ্যমত৷৩০ জুলাইৰ ১১ বজাৰ পৰা নম্বৰ তালিকা ডাউনলোড কৰিব পাৰিব৷

এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ মুঠ পৰিক্ষাৰ্থীৰ সংখ্যা হ’ল ৪৩৮৮২৮ জন৷চেবাৰ অধীনস্থ মুঠ বিদ্যালয়ৰ সংখ্যা ৭৩০১ খন৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0