57
দলংঘটঃ দৰং জিলাৰ বালিপোতাত মঙলবাৰে বিহু প্ৰদৰ্শন কৰি পাথৰিঘাটত বিহু প্ৰদৰ্শন কৰিবলৈ গৈ থকা অৱস্থাতে গোৰেশ্বৰৰ গামোছা বিহু দলটি গৈ থকা অৱস্থাত মহলিয়াপাৰা বুঢ়িনগৰ পথত গাড়ীখন বাগৰি পৰে পথৰ ওপৰত।
বিহু দলটি গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ মঙলদৈ চিকিৎসালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে কেইগৰাকীমান বিহুৱাক।