59
ৰঙিয়াঃ ডাক্তৰৰ নাম শুনিয়ে তৰা-নৰা ছিঙি পলাইছে ছাত্ৰ-ছাত্ৰী। অন্ধবিশ্বাসে কেৱল অনগ্ৰসৰ অঞ্চলতে শিপাই থকা নহয়, ৰঙিয়াৰ দৰে চহৰতো দেখা গৈছে অন্ধবিশ্বাস আৰু উৰাবাতৰিত পতিয়ন যোৱা লোক।
কেৱল ছাত্ৰ-ছাত্ৰীয়েই এই উৰাবাতৰিত বিশ্বাস কৰাই নহয়, বৰঞ্চ এচাম অভিভাবককো দেখা গৈছে উৰাবাতৰিত পতিয়ন যোৱা। নিজ সন্তানক নিবলৈ বিদ্যালয়ত ভিৰ কৰিছে অভিভাৱকে।