Home অন্যান্য খবৰসাংবাদিকৰ সুৰক্ষাৰ বাবে ছয়দফীয়া স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ

সাংবাদিকৰ সুৰক্ষাৰ বাবে ছয়দফীয়া স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ

by News Desk
131 views
A+A-
Reset

ধুবুৰীঃ  ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ সভা উপলক্ষে আজি সাংবাদিক সুৰক্ষা মঞ্চৰ ধুবুৰী জিলা সমিতিয়ে পতা অনুষ্ঠানত সাংবাদিক সকলৰ সুৰক্ষাৰ বাবে ছয় দফীয়া স্মাৰকপত্ৰ ধুবুৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ইয়াতে সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক বিচাৰি উলিয়াই কঠোৰ শাস্তিৰ দাবীও সম্বলিত কৰা হয়। 

সমিতিয়ে পালন কৰা সাংবাদিক পৰাগ কুমাৰ দাসৰ একবিংশতম মৃত্যু দিৱস উপলক্ষে পুৱা ১০ বজাত ধুবুৰী প্ৰেছ ক্লাৱত সংগঠনটোৰ পতাকা উত্তোলন কৰে ছাহজাহান আহমেদে। ইয়াৰ পিছতে ছহিদ সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0