Home অন্যান্য খবৰসমান নহয় নাৰী-পুৰুষ! দাবী গৱেষকৰ

সমান নহয় নাৰী-পুৰুষ! দাবী গৱেষকৰ

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এক নতুন গৱেষণাত দেখা গৈছে যে কাৰ্ডিঅ’ভাছকুলাৰ এক্টিভিটিৰ সময়ত নাৰী আৰু পুৰুষৰ মস্তিষ্কৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণ পৃথক হৈ পৰে। এনে কাৰণতে কোনো ৰোগ ধৰা পৰিলে তাৰ চিকিৎসাও সম্পূৰ্ণ লিংগভিত্তিক হয়। অৰ্থাৎ নাৰীৰ বাবে এক ধৰণৰ চিকিৎসা, পুৰুষৰ বাবে আন এক ধৰণৰ।

মস্তিষ্কৰ যি অংশই ষ্ট্ৰেছ, হাৰ্টৰেট, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰে, নাৰী আৰু পুুৰুষৰ ক্ষেত্ৰত সেই বিশেষ অংশই একেধৰণে কাম কৰাৰ পৰিৱৰ্তে সুকীয়া ধৰণেহে কাম কৰে। আকলা (UCLA) স্কুল অৱ নাৰ্ছিঙৰ গৱেষণাত পোহৰলৈ আহিছে এই কথা। ইয়াৰ পিছতে চিকিৎসা বিজ্ঞানীসকল এটা কথাত সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰিছে যে হৃদযন্ত্ৰৰ সৈতে সম্পৰ্ক থকা প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে পুৰুষ আৰু মহিলাৰ চিকিৎসা পদ্ধতি সম্পূৰ্ণ সুকীয়া হোৱাৰ বাদে গত্যন্তৰ নাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0