74
শিমলুগুৰিঃ জাপি নিৰ্মাণ কৰিয়েই স্বাৱলম্বী হৈছে এখন গাঁৱৰ লোক। শিৱসাগৰ জিলাত বাঁহেৰে বনোৱা সামগ্ৰীৰ ভিতৰত অন্যতম হৈছে অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ জাপি। অসমৰ লোকসকলৰ এক সুন্দৰ নিদৰ্শন জাপি, অসমীয়াৰ বাবে এক গৌৰৱৰ প্ৰতীক।
