100
ওদালগুৰিঃ সমগ্ৰ ৰাজ্যজুৰি প্লাষ্টিকৰ কণী আৰু প্লাষ্টিকৰ চাউলক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ ওদালগুৰিত প্লাষ্টিকৰ চাউল ধৰা পৰা বুলি জানিবপৰা গৈছে।
ওদালগুৰিৰ অম্বাগাওঁ সমবায় সমিতিৰ পৰা যোগান ধৰা সূলভ মূল্যৰ চাউলৰ মাজত এই প্লাষ্টিকৰ চাউল ওলাইছে। দেখাত চাউলৰ দৰে দীঘলীয়া নহৈ চেপেটা আৰু গোলাকাৰ হোৱা দেখা গৈছে এই চাউলৰ ভাত।