65
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ সংস্কৃত শিক্ষাৰ বটবৃক্ষ স্বৰূপ হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ বৰ্তমানৰ চৰম দুৰৱস্থাই সচেতন লোকসকলক চিন্তিত কৰি তুলিছে৷
১৯২০ চনতে স্থাপিত এই টোলখনত সম্প্ৰতি মোটা অংকৰ চৰকাৰী বেতনপ্ৰাপ্ত দুজন শিক্ষকৰ লগতে নতুনকৈ নিযুক্তি পোৱা এজন দ্বিতীয় অধ্যাপক কৰ্মৰত হৈ আছে যদিও টোলখনত তাৰ বিপৰীতে কিন্তু নাই এজনো নিয়মীয়া ছাত্ৰ-ছাত্ৰী৷