68
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গোৰেশ্বৰ বাছ আস্থানৰ পৰা আজি দিনৰ ১.৩০ বজাত তিনিজন তীৰ খেলৰ লগত জড়িত তিনি যুবকক আটক কৰে গোৰেশ্বৰ আৰক্ষীয়ে।
জানিব পৰা মতে বাগসা জিলা আৰক্ষী বিষয়া কংকন কুমাৰ নাথ আৰু গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰাম্ব গোস্বামীৰ নেতৃত্বত চলা এক অভিযানত তিনি যুবকক আটক কৰা হয়।