63
মিছামাৰীঃ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফল ৰাজ্য খনৰ অন্যান্য ঠাইৰ দৰে শোণিতপুৰৰ মিছামাৰী কেন্দ্ৰৰ ফলাফলো সন্তোষজনক বুলি জানিব পৰা গৈছে।
মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত কলা শাখাত ১৯ গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।