69
মুছলপুৰঃ আশা কৰা ধৰণেই মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলি উঠিবলৈ সমৰ্থ হয় বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু পাঠশালা।
কলা শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখলেৰে সৰ্থেবাৰীক পুনৰবাৰ উজলাই তোলে অলকা দাসে। সৰ্বমুঠ ৪৮০ নম্বৰেৰে শীৰ্ষ স্থান অধিকাৰ কৰে অলকাই।