75
লংকাঃ হোজাই সমষ্টিৰ অন্তৰ্গত লংকা চহৰৰ কাষৰীয়া কেবাটাও নৈপৰীয়া অঞ্চল সম্প্ৰতি গৰাখহনীয়াৰ কবলত।
লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাষৰীয়া কপিলীপাৰ, ফৰমাৰপাৰ, ঠাইচুবালি আদি অঞ্চলৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ ভয়াবহ ৰূপে ক্ৰমাত অশনি সংকেত কঢ়িয়াই আনিছে অঞ্চল তথা কাষৰীয়া গাঁও সমূহলৈ।