59
গোলকগঞ্জঃ উপ-দ্বীপত পৰিণত হৈছে এখন শ্মশান৷ শৰালি কালত উপ-দ্বীপটোলৈ মৃতদেহ নিব পাৰে যদিও বাৰিষা মহা বিপদত পৰে জনসাধৰণ৷ শ্মশান এখনৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ পৰা এটুকুৰা মাটি বিচাৰি হায়ৰাণ জনসাধাৰণ৷
যাৰ ফলত বন্ধ পথ অৱৰোধ কৰিব লগা হৈছে জনসাধাৰণে৷ আমাৰ ৰাজ্যতে গোলকগঞ্জৰ ব্যৱসায়ীৰ উদ্যোগত গোলকগঞ্জৰ জনতাই বন্ধ পালন কৰাৰ লগতে তিনি ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে।