50
ডিজিটেল ডেস্কঃ তীৰ্থ যাত্ৰাত সংঘটিত হ’ল ভয়ানক দুৰ্ঘটনা৷ আজি পুৱা বদ্ৰীনাথৰ পৰা হৰিদ্বাৰ যাত্ৰা পথত সংঘটিত হয় এই দুৰ্ঘটনা৷
হৰিদ্বাৰলৈ গৈ থকা অৱস্থাত এখন হেলিকপ্তাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এগৰাকী যাত্ৰী মৃত্য মুখত পৰে৷ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনত মুঠ ৮ গৰাকী লোক আছিল৷