54
ৰঙিয়াঃ ৰঙিয়াত বজৰংগ দলৰ মাজত সৃষ্টি হৈছে তীব্র সংঘাত। দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত ৰঙিয়া বজৰংগ দলৰ তিনিজনকৈ সক্ৰিয় কৰ্মীক দলটোৰ পৰা বহিস্কাৰ কৰিছে দলটোৱে।
আজি বজৰংগ দলৰ ৰঙিয়া জিলা সমিতিৰ সহঃ সংযোজক অঞ্জন ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জড়িয়তে বহিস্কাৰৰ বিষয়ে জানিব দিয়ে।