Home অন্যান্য খবৰওৰাঙত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ওৰাঙত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

by News Desk
64 views
A+A-
Reset

ওৰাংঃ পৃথক কমতাপুৰ গঠন আৰু কোঁচসকলক জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীৰে আন্দোলন অব্যাহত ৰাখা আক্ৰাছুৰ আজি ঘোষিত ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ বিটিএডিৰ পূব সীমান্ত তথা ওদালগুৰি জিলাৰ ওৰাঙত সৰ্বাত্মক ৰূপে পৰা পৰিলক্ষিত হৈছে৷

ওৰাঙৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বেংক, বিদ্যালয় মহাবিদ্যালয় সমূহ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। হিংসাত্মক ঘটনা ৰোধ কৰাত মোতায়েন আৰক্ষী। ওৰাঙৰ পৰা ৰৌতালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তহলদাৰী অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0