67
ডিজিটেল ডেস্কঃ ইউটিউবত ভাইৰেল ভিডিঅ সৃষ্টি কৰি লাইক-চাবচক্ৰাইব বোটলাৰ আশাত কৰিব বিচাৰিছিল ষ্টাণ্ট। তাকো দুঃসাহসিক।
দুয়োফালে কেমেৰা বহাই মনালিছা পেৰেজে বয়ফ্ৰণ্ড পেড্ৰ ৰুইজৰ বুকুলৈ নিক্ষেপ কৰিছিল গুলি। কিতাপ এখনেৰে আগুৰাৰ কথা আছিল ৰুইজে। কিন্তু সেয়াই যে নিজৰ প্ৰিয়জনৰ বাবে ঘাতক হৈ পৰিব সেয়া মনালিছাই ভবা নাছিল।