49
ডিজিটেল ডেস্কঃ অৰ্ধশতাধিক প্ৰতিযোগীক চেৰ পেলাই ভেনিচত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগীতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বডিবিল্ডাৰ ভুমিকা শৰ্মা।
ইনডিভিজুৱেল পজিং, বডি পজিং আৰু ফল ইন- এই তিনিওটা শাখাতে সৰ্বাধিক পইণ্ট লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে এই খিতাপ দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনি উৎফু্ল্লিত ভুমিকাৰ মন এইবাৰ গ্ৰেট বৃটেইনত অনুষ্ঠিত হ’বলগা মিছ ইউনিভাৰ্ছ চেম্পিয়নশ্বিপত।