59
ডিজিটেল ডেস্কঃ বেটছমেনৰ পূৰ্ণহতীয়া প্ৰহাৰত উৰি যোৱা বলে আঘাত কৰিলে বলাৰৰ মূৰত। পৰিণতিত পিটছতে ঢলি পৰিল বেগী বলাৰজন।
ইংলেণ্ডৰ কাউণ্টী ক্ৰিকেটৰ এই ঘটনাত গুৰুতৰভাৱে আঘাতগ্ৰস্ত হৈছে লিউক ফ্লেচাৰ নামৰ বলাৰজন।এজবাষ্টনৰ খেলপথাৰত টি-২০ ব্লাষ্ট প্ৰতিযোগিতাৰ নটিংহামশ্বায়াৰ আৰু বাৰ্মিংহামৰ মাজৰ খেলখন অনুষ্ঠিত হৈছিল।