51
বেতবাৰীঃ পৰ্যটনৰ অন্যতম কেন্দ্ৰ শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ বিভিন্ন ঠাইত বিগত বহু দিনৰ পৰা পেলনীয়া জাবৰৰ দমে কদৰ্যময় ৰূপ লৈছে।
নগৰ খনৰ বিজি ৰোড, হাবিৰাম বৰা পথ আদিত জাবৰৰ দমে সৃষ্টি কৰা কদৰ্যময় পৰিৱেশৰ বিষয়ে সংবাদ পৰিবেশন হৈ অহাৰ পিছতো শিৱসাগৰ পৌৰসভাই কোনো পদক্ষেপ হাতত নোলোৱা পৰিলক্ষিত হৈছে।