62
ধিংঃ সত্ৰীয়া সংস্কৃতিৰ সাধক ৰোহিত মহন্তৰ মঙলবাৰে নিশা নগাওঁ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত বাৰ্ধক্য জনিত কাৰণত ৮২ বছৰ বয়সত মৃত্যু হয়।
মহন্ত নগাওঁ এডিপি মহাবিদ্যালয়ত কেৰানীৰ কামত নিযুক্ত আছিল যদিও এটা সময়ত অৱসৰ লৈ নিজ জন্মস্থান গৃহ ৰাইডঙ্গীয়া লৈ ঘুৰি অাহে।