Home ৰাজ্যজনগোষ্ঠীয় এলেকাত গাঞ্জা-কানিৰ মুকলি বেহা

জনগোষ্ঠীয় এলেকাত গাঞ্জা-কানিৰ মুকলি বেহা

by News Desk
61 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আদি জনগোষ্ঠীয় অঞ্চলত ব্যাপক হাৰত ছানি ধৰিছে নিচাযুক্ত সামগ্ৰীয়ে৷ এচাম অসাধু লোকে এই নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে৷

জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ ভিতৰুৱা গ্ৰাম্যঞ্চত মুকলিকৈ কানিৰ বৃহৎ বজাৰ গঢ়ি উঠিছে বুলি জানিবলৈ দিছে স্থানীয় সচেতন ৰাইজে। নাম প্ৰকাশত অনিচ্ছুক অঞ্চলসমূহৰ একাংশ লোকে মহকুমাটোৰ কেটেতং, ইমথেন, নংলাই, ডিৱং আদি অঞ্চলৰ লগতে লিডুৰ কলপাৰা, নামফাই, আদি জনগোষ্ঠীয় প্ৰধান অঞ্চল গাঞ্জাৰ মুক্ত প্ৰচলন হৈ থকা বুলি অভিযোগ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0