60
শিৱসাগৰঃ ৰাজ্যৰ বানপীড়িতক সহায় কৰিবলৈ ওলাই আহিছে সকলো শ্ৰেণীৰ লোক৷ সদা সমাজসেৱাত ব্যস্ত থকা নাৰ্ছ সকলেও আগবঢ়ি আহিল বানৰ কবলত পৰা লোকসকলক সহায়ৰ বাবে৷
শিৱসাগৰৰ এএনএম আৰু এলএইচএচ নাৰ্ছ সকলে জুবিন ফ্ৰেণ্ডছ ক্লাৱক বান সাহায্য সামগ্ৰী প্ৰদান কৰে৷ ১৭ জুলাইত বানপীড়িত অঞ্চলত জুবিন ফ্ৰেণ্ডছ ক্লাৱে কাপোৰ, খাদ্য সামগ্ৰী, পানী আদি প্ৰদান কৰিব।