Home অন্যান্য খবৰপথ নিৰ্মাণৰ নামত ৰাইজক ৰামঠগন অভিযন্তাৰ

পথ নিৰ্মাণৰ নামত ৰাইজক ৰামঠগন অভিযন্তাৰ

by News Desk
63 views
A+A-
Reset

চাবুৱাঃ বিগত ২০ বছৰে লাহোৱাল বিধানসভা সমষ্ঠিৰ অন্তগত হেজেল বেংকৰ পৰা থানাইলৈ অহা যোৱা কৰা অতি জৰাজীৰ্ণ একমাত্ৰ গড়কাপ্তানি পথছোৱা মেৰামতি কৰাৰ দাবীত ৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰহমৰীয়াবাসী ৰাইজে নাদুৱা চাইডিংস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।   

প্ৰতিবাদস্থলীত চাবুৱা ৰাজহ চক্ৰ বিষয়া দীপক ভূঞাৰ লগতে গড়কাপ্তানি বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্ত্ৰা ৰাজীৱ লাহন উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ লগত আলোচনা কৰি ১০ দিনৰ ভিতৰত পথটোত সৃস্থি হোৱা পুখুৰীসদৃশ গাঁতসমূহ পুতি ৰাইজক অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়াৰ লগতে বাৰিষাৰ পিছৰ পৰাই পকীকৰণৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0