118
ন’য়ডাঃ ন’য়ডাত আক্ৰমণৰ বলি হৈছে মহিলা। মহিলাগৰাকীৰ ভাষ্য অনুসৰি তেওঁ যাত্ৰা কৰা টেক্সীখনৰ চালকজনে শাৰীৰিকভাৱে আক্ৰমণ কৰে মহিলাগৰাকীক৷ কেনিয়াৰ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চলিত সপ্তাহত এইটো তৃতীয় ঘটনা৷
কিছুদিন পূৰ্বে এগৰাকী স্থানীয় কিশোৰৰ অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু ঘটিছিল৷ সেই ঘটনাৰ বাবে স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছিল আফ্ৰিকান ছাত্ৰসকলৰ বিৰুদ্ধে৷ আফ্ৰিকাৰ ছাত্ৰই ড্ৰাগছৰ যোগান ধৰে বুলি অভিযোগ তুলিছিল লোকসকলে৷