Home দেশছচিয়েল মিডিয়াই উত্তম উপায়, সাংসদলৈ মোদীৰ সমাধানসূত্ৰ

ছচিয়েল মিডিয়াই উত্তম উপায়, সাংসদলৈ মোদীৰ সমাধানসূত্ৰ

by News Desk
91 views
A+A-
Reset

নতুন দিল্লীঃ চৰকাৰী আঁচনিৰ বিষয়ে সৰ্বসাধাৰণক অৱগত কৰোৱাৰ বাবে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ দিছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। চৰকাৰে বহুতো আঁচনিয়ে মুকলি কৰে যদিও সৰ্বসাধাৰণৰ মাজত এই আঁচনি আৰু তাৰপৰা হ’বপৰা লাভৰ বিষয়ে খুব কম কথাহে জনিব পাৰে।

সেয়ে জনসাধাৰণক এইবিষয়ে অৱগত কৰোৱাৰ বাবে ছচিয়েল মিডিয়াই সম্প্ৰতি উত্তম উপায় বুলি আজি কয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসম, দিল্লী, বিহাৰ, পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশৰ সাংসদসকলৰ সৈতে হোৱা বৈঠকত এই পৰামৰ্শ দি কয় যে জনসাধাৰণৰ সৈতে যোগসূত্ৰ কেতিয়াও হেৰুৱাব নালাগে। তাৰবাবে সকলো সময়তে সচেতন হৈ থাকিব লাগে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0