69
newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিন ধৰি অৰ্থাৎ ৩০ মে’ পৰ্যন্ত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাই যেন দেশৰ চৰকাৰে বহুত ডাঙৰ খবৰটো দিলে৷
কেৱল ডাঙৰ খবৰটোৱে নহয় যেন জনগণৰ বাবে ডাঙৰ কিবা এটা কৰিলে চৰকাৰে৷ চৰকাৰে পেট্ৰলৰ দাম কমালে৷ লগে লগে ছচিয়েল মিডিয়াত চৰ্চা হ’ল৷ একাংশ লোকে ক’লে ধৈৰ্য ধৰক লাহে লাহে কমি আহিব পেট্ৰলৰ দাম৷