Home দেশপ্ৰধানমন্ত্ৰীৰ নাটক উজ্জ্বলা যোজনা, ৰন্ধন গেছ চিলিণ্ডাৰত বৃদ্ধি ৫০ টকা

প্ৰধানমন্ত্ৰীৰ নাটক উজ্জ্বলা যোজনা, ৰন্ধন গেছ চিলিণ্ডাৰত বৃদ্ধি ৫০ টকা

by News Desk
104 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ তই যদি পাতে পাতে, মই ডালে ডালে৷ এয়াই পৰিলক্ষিত হ’ল ইন্ধন সামগ্ৰী আৰু পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যত৷ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে দেশৰ জনতাৰ মূৰত মাধমাৰ মাৰিছে৷ শেহতীয়াকৈ বিগত তিনিদিন একেৰাহে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও এতিয়াও ৮০ৰ ঘৰ পৰিক্ৰমি হৈয়েই আছে পেট্ৰল মূল্য৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উজ্জ্বলা যোজনাৰ জৰিয়তে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰিছে৷ ধোঁৱাহীন পাকঘৰ এটাৰ পৰাই সুস্থ পৰিয়ালৰ পৰাই আৰম্ভ হয় বুলি বৰ বৰ কথা কৈ দেশৰ জনতাক গেছ সংযোগ লোৱাৰ প্ৰতি আকৃষ্টও কৰিছে৷ কিন্তু ইফালে নৰেন্দ্ৰ মোডীয়ে বিনামূলীয়া সংযোগ প্ৰদান কৰি আনফালে ইন্ধন সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক লুটি পুতি খোৱাৰ পৰিকল্পনা কৰিছে বুলি জনতাই অভিযোগ উত্থাপন কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0