Home দেশউত্তৰ প্ৰদেশত ভাতৃ-ভগ্নীয়ে হ’লগৈ প্ৰেমিক যুগল

উত্তৰ প্ৰদেশত ভাতৃ-ভগ্নীয়ে হ’লগৈ প্ৰেমিক যুগল

by News Desk
68 views
A+A-
Reset

হিতে বিপৰীত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নতুনকৈ স্থাপন কৰা এণ্টি ৰোমিঅ’ স্কোৱাড। নাৰীক সুৰক্ষা দিবলৈ ৰাজ্যখনত স্থাপন কৰা এণ্টি ৰোমিঅ’ স্কোৱাডে দুৰ্ভোগ ভোগাইছে সাধাৰণ জনতাক৷ ৰাজ্যখনৰ ৰামপুৰত প্ৰেমিক-প্ৰেমিকা বুলি আৰক্ষীয়ে আটক কৰে ভাতৃ-ভগ্নীক৷

সোমবাৰে সংঘটিত হয় এই ঘটনা৷ আটক কৰাৰ পিছত মুক্ত কৰিবলৈ ৫ হাজাৰ টকা উৎকোচ বিচৰাৰো অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে৷ আৰক্ষীয়ে প্ৰকাশ অনুসৰি যুৱক-যুৱতীহালে ঔষধ কিনিবলৈ গৈ থকা অৱস্থাত দুজন আৰক্ষী কৰ্মীয়ে আটক কৰে তেওঁলোকক৷ আৰক্ষীয়ে তেওঁলোকক প্ৰায় পাচঁ ঘণ্টা থানাত আবদ্ধ কৰি ৰাখে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0