70
বঙাইগাঁওঃ চৰকাৰ পৰিবৰ্তন হ’ল। পৰিবৰ্তনৰ কথাও ক’লে বহুত। কিন্তু পৰিবৰ্তন নহ’ল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহণ বিভাগৰ।
অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বঙাইগাঁওস্থিত বাছ আস্থানটোও একেই থাকিল। বৰঞ্চ সমস্যাহে বাঢ়িল। আস্থানটোৰ কদৰ্য ৰূপে আজি পৰিবহন নিগমৰ অধীনস্থ বাছৰ চালক-কৰ্মচাৰীসকলক ক্ষুব্ধ কৰি তোলে।