68
বিহালীঃ পানীত পৰি মৃত্যু হোৱা বিহালীৰ দুই কিশোৰৰ ঘৰত উপস্থিত হৈ আজি আৰ্থিক সাহায্য প্ৰদান কৰে মন্ত্ৰী ৰঞ্জিৎ দত্তই৷ উল্লেখ্য যে, বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত যোৱা ৮ জুলাইত দুটি ৬ বছৰীয়া শিশুৰ পানীত পৰি মৃত্যু হৈছিল৷
বিহালীৰ ৰৌমাৰী গাঁৱৰ হেমন্ত বৰাৰ পুত্ৰ ৰঞ্জন বৰা আৰু লোহিত বৰাৰ পুত্ৰ পৱিত্র বৰাই পানীত নামি খেলি থাকোতেই সংঘটিত হৈছিল এই অঘটন৷