Home স্বাস্থ্যক’ভিড ভেকচিন ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া প্ৰসংগই জোকাৰিছে সমগ্ৰ বিশ্ব! আচলতে হৈছেনো কি?

ক’ভিড ভেকচিন ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া প্ৰসংগই জোকাৰিছে সমগ্ৰ বিশ্ব! আচলতে হৈছেনো কি?

by News Desk
A+A-
Reset
covishield-vaccine

বিগত কিছু বছৰত হঠাৎ বাঢ়িছে আকস্মিক মৃত্যুৰ সংখ্যা। শুই থাকোতে, খাই থাকোতে, খেলি থাকোতে অথবা শৰীৰ চৰ্চাৰ সময়তে হঠাৎ ঢলি পৰি যোৱা দুই-তিনিবছৰত মৃত্যুক সাৱটিছে কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিৰ লগতে অসংখ্য লোকে। এনে আকস্মিক মৃত্যুক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰাও পৰিলক্ষিত হৈছে। বিভিন্নজনে এনে মৃত্যুৰ কাৰণ হিচাপে ক’ভিড মহামাৰীৰ সময়ত চৰকাৰে প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন বুলি দাবী কৰি আহিছে। ক’ভিড মহামাৰীৰ পৰৱৰ্তী সময়ছোৱাত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা এই মৃত্যুৰ ঘটনাই স্বাভাৱিকতে বিগত সময়ত চৰকাৰে প্ৰদান কৰা ভেকচিনৰ ওপৰতো প্ৰশ্নৰ উত্থাপন কৰিছে।

উল্লেখ্য যে, ক’ভিডৰ পৰৱৰ্তী সময়ছোৱাত ক’ভিড-১৯ ভেকচিনৰ দুটা টীকা লোৱাটো বাধ্যতামূলক কৰিছিল ভাৰত চৰকাৰে। বাছ আস্থান, বিমান বন্দৰ, ৰে’লৱে ষ্টেছন আনকি আন আন ৰাজহুৱা স্থানতো বিচৰা হৈছিল ব্যক্তিৰ ভেকচিনৰ প্ৰমাণপত্ৰ। সেই সময়ত চৰকাৰী-বেচৰকাৰী কৰ্মক্ষেত্ৰতো বাধ্যতামূলক কৰা হৈছিল টীকাকৰণৰ প্ৰমাণপত্ৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0