Home দেশ‘‘ডুব-ন’বেড অৱ ৰৌজেজ’’ইৰফান খানৰ দ্বাৰা অভিনীত বাংলাদেশী ছবিক অস্কাৰৰ বাবে প্ৰেৰণ

‘‘ডুব-ন’বেড অৱ ৰৌজেজ’’ইৰফান খানৰ দ্বাৰা অভিনীত বাংলাদেশী ছবিক অস্কাৰৰ বাবে প্ৰেৰণ

by News Desk
72 views
A+A-
Reset

newsnextone.com। ডিজিটেল ডেস্কঃ বলিউডৰ সুদক্ষ তথা সাৱলীল অভিনয়ৰ গৰাকী অভিনেতা ইৰফান খানৰ শুভাকাংক্ষী সকলৰ বাবে সুখবৰ৷ ‘‘ডুব-ন’বেড অৱ ৰৌজেজ’’ত তাৰকা ইৰফানে খানে অভিনয় কৰা এখন বাংলাদেশী ছবি৷ উল্লেখ্য যে ২০১৯ চনৰ অস্কাৰৰ বাবে ছবিখনক প্ৰেৰণ কৰা হয় বাংলাদেশৰ পৰা৷

লগতে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে বাছনি কৰা হয় বুলি জানিব পৰা যায়৷ বলিউড জগতৰ তাৰকা ইৰফান খানৰ বিষয়ে সকলোৱে জ্ঞাত৷ পান-সিং-ত’মাৰ, লাঞ্চ বক্স, পিকু, হিন্দী মিডিয়ামৰ দৰে দেশী-বিদেশী ছবিত অভিনয় কৰি বিশ্ববিখ্যাত হৈ পৰা ইৰফান হৈ পৰে সকলোৰে মৰমৰ৷ অভিনয়েৰে দৰ্শকৰ মন জিনি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী বলিউড তাৰকাই যোৱা কেইবামাহধৰি নিউৰৌ ইণ্ড’ক্ৰাইন টিউমাৰ ৰোগত ভুগি আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0