Home অন্যান্য খবৰবিটিএডি পৰা অবড়ো গাওঁ কৰ্তনৰ দাবীত বাইক ৰেলী

বিটিএডি পৰা অবড়ো গাওঁ কৰ্তনৰ দাবীত বাইক ৰেলী

by News Desk
77 views
A+A-
Reset

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত অবড়ো গাওঁ কৰ্তনৰ দাবীত এক বাইক ৰেলী উলিওৱা হয়। বিটিএডিৰ পৰা অবড়ো অধ্যুষিত গাওঁসমূহ কৰ্তন কৰা আৰু এবছুকে ধৰি অন্যান্য বড়ো জাতীয় সংগঠনৰ বড়োলেণ্ড গঠন দাবীৰ বিৰোধিতাৰে উলিওৱা বাইক ৰেলীত কেবা শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰে।

অসম বিভাজনকাৰী হুচিয়াৰ, বড়োলেণ্ড গঠন নচলিব, বড়োলেণ্ড গঠনৰ ষড়যন্ত্ৰৰ বন্ধ কৰক আদি শ্লোগান দি সমৰ্থকসকলে উত্তাল কৰি তোলে। উল্লেখ্য যে ২০০৩ চনত অবড়ো জনসাধাৰণৰ মন্তব্যক আওকান কৰি বিটিচি গঠন কৰা হৈছিল বাবে আজি বিটিএডিত অবড়ো জনসাধাৰণৰ ভাষা, মাটি আৰু সংস্কৃতি জীয়াই ৰাখিবলৈ শংকিত হৈ বসতি কৰিব লগা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0