78
ডিজিটেল ডেস্কঃ পাছপ’ৰ্টৰ বাবে এতিয়াৰ পৰা প্ৰয়োজন নহয় জন্মৰ প্ৰমাণ পত্ৰ৷ সংসদত এই কথা প্ৰকাশ কৰিছে বৈদেশিক প্ৰতিমন্ত্ৰী ভি কে সিঙে৷
পাছপ’ৰ্ট আবেদনৰ প্ৰক্ৰিয়া উজু কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে৷