Home গুৱাহাটীচৰিত্ৰহীন গায়ক, অভিনেতা-অভিনেত্ৰীয়েহে মাত দিছে নে কি অসমীয়া জাতিৰ হৈ?

চৰিত্ৰহীন গায়ক, অভিনেতা-অভিনেত্ৰীয়েহে মাত দিছে নে কি অসমীয়া জাতিৰ হৈ?

by News Desk
77 views
A+A-
Reset

গুৱাহাটীঃ এতিয়া যেন ক্ষমতাই মূৰত ধৰিছে বিজেপি নেতা-কৰ্মীৰ৷ কেইটামান টকা, নিৰাপত্তাৰক্ষী আৰু ক্ষমতাই মূৰত ধৰিলে মানুহৰ আচৰণ কেনেদৰে সলনি হয় সেয়া অসমৰ ৰাইজে দেখি আহিছে৷ অসমৰ একাংশ নেতা বিধায়ক-মন্ত্ৰীয়ে সময়ে সময়ে দেখুৱাই আহিছে তেওঁলোকৰ আচৰণ৷ ক্ষমতাৰ বাবে বলিয়া হৈ পৰে একোগৰাকী ৰাজনেতা৷ বিৰোধী দলক আক্ৰমণ কৰিবলৈ সকলো সীমা অতিক্ৰম কৰি নেতাই অসাংবিধানিক শব্দ পৰ্যন্ত ব্যৱহাৰ কৰে৷ 

এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সকলো সীমা অতিক্ৰম কৰি ৰাজহুৱা সভাতে অৱসৰপ্ৰাপ্ত শিক্ষকক ননচেন্স বুলি কোৱাৰ ৫০ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ বিজেপিৰ এটি জিলা সমিতিয়ে অসমৰ গায়ক, অভিনেতা-অভিনেত্ৰীৰ চৰিত্ৰক লৈ মন্তব্য প্ৰকাশ কৰে৷ মন্ত্ৰী-বিধায়কৰ লগতে জিলা পৰ্যায়ৰ নেতা-কৰ্মীৰ মানসিকতা কেনেদৰে সলনি হৈছে আৰু ক্ষমতাই মানুহক কিমান তললৈ নিয়ে তাৰ প্ৰমাণ দিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0