Home অন্যান্য খবৰক’লা পতাকা উত্তোলনেৰে আক্ৰাছুৰ প্ৰতাৰণা দিৱস

ক’লা পতাকা উত্তোলনেৰে আক্ৰাছুৰ প্ৰতাৰণা দিৱস

by News Desk
70 views
A+A-
Reset

কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বঞ্চনাত ক্ষুব্ধ হৈ আজি আক্ৰাছুৱে কোকৰাঝাৰত ক’লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে । জনজাতিকৰণৰ বাবে মডেলিটি সমিতি গঠন কৰা দিনটোক অৰ্থাৎ ২৮ ফেব্ৰুৱাৰী দিনটো কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে প্ৰতাৰণাৰ দিন বুলি অাক্ৰাছুৱে ইতিমধ্যে ঘোষণা কৰিছিল আৰু প্ৰতি বছৰৰ ২৮ ফেব্ৰুৱাৰীৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত অাক্ৰাছুৱে গ্ৰহণ কৰিছিল। তাৰেই অংশস্বৰূপে অাজি আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে কালিপুখুৰীত কলা পতাকা উত্তোলন কৰি কেন্দ্ৰ, ৰাজ্যৰ বঞ্চনাৰ প্ৰতিবাদ জনাই প্ৰতাৰণাৰ দিন পালন কৰে।

৬ মাৰ্চৰ পিছত ১০০০ ঘন্টীয়া বন্ধ, ৰেল অৱৰোধ, অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0