64
চৰাইদেউঃ এজন মেধাৱী ছাত্ৰ। সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন কেইবছৰমান পূৰ্বে এটি দুৰ্ঘটনাত পতিত হৈছিল। পেটত পৰিছিল তিনিটা চিলাই।
সেয়াই কাল হ’ল ছাত্ৰজনৰ বাবে৷ চিলাই কৰা স্থানৰ পৰা সংক্ৰমিত হৈ বৰ্তমান সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে ছাত্ৰজনৰ লিভাৰ। চিকিৎসাৰ বাবে খৰচ হ’ব প্ৰায় তিনি লাখ টকা।