66
খৈৰাাবাৰীঃ আধাৰশিলা পাতি চমক দিয়া বিটিচি প্রধাম হাগ্ৰামা মহিলাৰীয়ে একেটা স্থানতে দুবাৰকৈ আধাৰশিলা পতা কাৰ্যত ক্ষোভৰ প্ৰকাশ ঘটা দেখা গৈছে।
হাগ্ৰামাই ১২.৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া টংলা দেৱৰ পথটোৰ আধাৰশিলা স্থাপন কৰাৰ দুদিন পিছতে কোনো দুৰ্বৃত্তই নিশা সেয়া ভাঙি চুৰমাৰ কৰে।